Posts

মোৰ কাহিনী

  মই তেতিয়া B.Sc. ফাইনেল ইয়েৰত। অঞ্চল টোৰ ভিতৰত চোকা লৰা বুলি মোৰ এটা নাম আছিল । টিউচনৰ পৰা মই যথেষ্ট উপাৰ্জন কৰিছিলো ।টিউচনৰ পইচাৰে মই তেতিয়াই এখন চেকেণ্ড হেণ্ড RX100 কিনিও চলাইচিলো। অঞ্চলৰ ছোৱালী বোৰৰ মাজত মই এক প্ৰকাৰ হিৰ' আছিলো।        তেতিয়া তিনিআলিটোৰ কাষৰ পথাৰখন প্ৰায় খালী আছিল। দুই এজন চাকৰিয়াল মানুহে মাটি কিনি ঘৰ বনাবলৈ আৰম্ভ কৰিছিল। তাৰে এজন আছিল গকুল খুৰা। বৰতলৰ ধাবাখনত মদৰ আদ্দাত এদিন গকুল খুৰাক লগ পাইছিলো। বয়স 55-56 মান আছিল। পুলিচৰ চিপাহী আছিল।তেওঁৰ ঘৰ বৰশীঘাটৰ ফালে কোনোবা ভিতৰুৱা গাঁও এখনত আছিল। মানুহজনে বয়সত বিয়া কৰিইছিল। তিনিআলিৰ উত্তৰ ফালে বলেনৰ মাটিখিনিত সজা আচাম টাইপৰ ধুনীয়া ঘৰটোত তেওঁৰ ঘৈণীয়েক আৰু ক্লাছ নাইনত  পঢ়া ছোৱালী জনীৰ লগত আছিল। সেই ছোৱালী জনীকে টিউচনৰ বাবে খুৰাই মোক ঠিক কৰিলে। মই বেয়া নাপালো। চাকৰিয়াল মানুহ,তাতে মোৰ নিচিনা একেই মদাহী।         পাছৰ দিনা আবেলি খুৰাৰ ঘৰ পালোগৈ। খুৰীজনীক দেখি মই আচৰিত হৈ পৰিলো। যৌবন উতলি থকা এজনী প্ৰায় 35 বছৰীয়া মহিলা।চকুত চেক্সী চাৱনী। কিছুসময় কথা পতাৰ পাছত ছোৱালী জনী ওলাই ...